গাঁও নং ৩০৪৭৩৩ · তামুলপুৰ, অসম
মেজগুৰী

জাননী

জানুৱাৰী ২০২৭ত চতুর্থ বাৰ্ষিক ষোল্ল প্ৰহৰ মহানাম যজ্ঞ। তাৰিখ পিছত জনোৱা হ’ব।

৩১ অক্টোবৰ, ২০২৬ · মেয়াদ ৩১ জানুৱাৰী, ২০২৭

চতুর্থ বাৰ্ষিক ষোল্ল প্ৰহৰ মহানাম যজ্ঞ জানুৱাৰী ২০২৭ত মেজগুৰী দুৰ্গা মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হ’ব। তাৰিখ ইয়াত জনোৱা হ’ব।